Assam Municipal Election 2022: নগাঁৱত বিজেপিৰ হাতত ধৰাশায়ী কংগ্ৰেছ
নগাঁও পৌৰসভা নিৰ্বাচনত বিজেপিৰ হাতত ধৰাশায়ী হ’ল কংগ্ৰেছ (Assam Municipal Election Results) ৷ নগাঁৱত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বিপৰীতে বিজেপিৰ বৃহৎ জয় হৈছে (BJP wins in Nagaon municipality Election)।
যুদ্ধভূমিৰ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা কৰিলে অসমৰ সাই স্বপ্নীলে
এজন প্ৰচণ্ড সাহসী আৰু আত্মবিশ্বাসী অসমীয়া যুৱক ৷ সাহসী অসমীয়া ল'ৰাজনক খুব ভালকৈ চিনি পায় কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিঙে ৷
বিহপুৰীয়াত কংগ্ৰেছ 0, নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত
বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া পৌৰসভা আৰু নাৰায়ণপুৰ পৌৰসভাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ বিহপুৰীয়াত কংগ্ৰেছ শূণ্য কৰি বিজেপিয়ে পৌৰসভাতো দখল কৰাৰ বিপৰীতে নাৰায়ণপুৰত কংগ্ৰেছে স্থাপন কৰে নিজৰ অধিপত্য ৷
CM Himanta Biswa Sarma Flies to Delhi : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক দিল্লী ভ্ৰমণ
কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী লৈ দিল্লীলৈ ৰাওনা হোৱা নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । বিপৰীতে ৰাজনৈতিক কাৰণত বুধবাৰে আকস্মিকভাৱে নতুন দিল্লীলৈ ৰাওনা হৈছে (CM Himanta Biswa Sarma Flies to Delhi) ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৷
চাহ শ্ৰমিকৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ আঁচনি মুকলি
চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ আঁচনিৰ ঘোষণা(Tripura government opens scheme for tea garden workers) ৷