Arms and ammunition recovered: কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰৰ মহামায়া সংৰক্ষিল বনাঞ্চলত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ । উদ্ধাৰকৃত মাৰণাস্ত্ৰখিনি এনডিএফবিৰ বুলি বিশেষ ডিজিপি তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইয়ে সন্দেহ প্ৰকাশ কৰিছে (Police recovered weapons in Kokrajhar) ৷
Mission one lakh: আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত
চৰকাৰৰ প্রথম বর্ষপূর্তিৰ পূর্বে ১ লাখ নিবনুৱাক গণি গণি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ (one lakh appointments by Assam government)।
ডিব্ৰুগড়ত সম্প্ৰীতি দেখি অভিভূত হৈ পৰিল সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল সত্ৰাধিকাৰৰ বাহৰ অনুষ্ঠান ৷ জাতি, ধৰ্ম, বৰ্ণ, ভাষা, নিৰ্বিশেষে শ শ ভক্তই শৰণ ল'লে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ (Satradhikar Pitambar Dev Goswami in Dibrugarh) । কাহানিও নেদেখা পৰিৱেশ দেখি অভিভূত হৈ পৰিল সত্ৰাধিকাৰ ৷
International Women's Day 2022 : সাহস আৰু প্ৰেৰণাৰ প্ৰতীক সবিতা-কবিতা
নাৰী কেতিয়াও বন্দী নহয় ৷ নাৰী কেতিয়াও দুৰ্বল নহয় ৷ তাৰে উচিত নিদৰ্শন জীৱন যুদ্ধা ৰঙিয়াৰ সবিতা আৰু কবিতা (Educated female setting example of women empowerment at Rangia) ৷
International Women's Day : কোকৰাঝাৰত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day) । ৰাজ্যৰ ভিন্ন প্ৰান্ততো কৰা হৈছে উদযাপন । ABSU ৰ উদ্যোগত কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ।