First Omicron case in Manipur : মণিপুৰত ধৰা পৰিছে অ’মিক্ৰণৰ প্ৰথমটো ঘটনা
উত্তৰ-পূৱত ধৰা পৰিছে অ’মিক্ৰণত আক্ৰান্ত প্ৰথমজন লোক (First Omicron case in North East) ৷ ২২ ডিচেম্বৰত টানজানিয়া ভ্ৰমণ কৰি উভতি আহিছিল লোকজন ।
Assam civic body election in 2022 : বিজেপিৰ সদস্য নহ'লেও কেনেকৈ পাব নিৰ্বাচনৰ টিকট ?
ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনৰ (Assam civic body election in 2022) বাবে যুদ্ধংদেহী মনোভাৱেৰে সাজু হৈছে শাসকীয় দল বিজেপি । এইবাৰ নিৰ্বাচনত অধিক আসন দখলৰ লক্ষ্যৰে বিজেপি দলে গ্ৰহণ কৰিছে নতুন কৌশল ৷ যাৰবাবে বিজেপি দলৰ সদস্য নহ'লেও পাব পাৰে নিৰ্বাচনৰ টিকট, কিন্তু কেনেকৈ ?
Attack on AASU workers: ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?
সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ (Akhil Gogoi condemns attack on AASU workers) ৷ ইফালে, অসম বিধান সভা নিৰপেক্ষ নহয় বুলিও দাবী কৰি বিধানসভাৰ অধক্ষ্যজনৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷
কোন পৰ্যায়ৰ বিজেপি নেতাই এৰিব লাগিব PSO ?
সমৰ একাংশ বিজেপি নেতাই এৰিবলগীয়া হ'ব পাৰে PSO । মুখ্যমন্ত্ৰীৰ ঘোষণাই অস্বস্তিত পেলাইছে নেতা-পালিনেতাক (PSO of Assam BJP leaders to be withdrawn) । কিন্তু কোন কোন নেতাৰ PSO প্ৰত্যাহাৰ কৰিব গৃহ বিভাগে ?
পদমৰ্যদাৰ অপব্যৱহাৰ কৰিছে নেকি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ?
উপায়ুক্তৰ হিচাপে কামৰূপ মহানগৰ জিলাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই বিতৰ্কত সাঙোৰ খাই পৰিছে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা।