Cases filed Against the Police: আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম
অসমত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ (Cases filed Against the Police)ৰ সংখ্যা হৈছে ২,১৭৯ টা । আৰক্ষীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত বর্তমানলৈ এটাও গোচৰত স্থগিতাদেশ জাৰি কৰা নাই আদালতে । ২০২০ বর্ষত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহত চার্জশ্বীট দাখিল কৰাতো ব্যর্থ হৈছে সংশ্লিষ্ট তদন্তকাৰী আৰক্ষী ।
উজনিৰ ইটা ভাটাত কয়লাৰ নাটনি : মৃত্যুৰ ক্ষণ গণিছে ৬৫ টা ইটা ভাটাই
ডিব্ৰুগড়ত ইটাৰ নাটনিৰ আশংকা (Tension for scarcity of bricks in Dibrugarh) ৷ কয়লাৰ অভাৱত ৬৫ টা ইটা ভাটাত হাহাকাৰ পৰিস্থিতি ৷ সমস্যা সমাধান নহ’লে আন্দোলনৰ হুংকাৰ ইটা ভাটা মালিক সন্থাৰ ৷
ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বাপকণ বাবা : স্বয়ং মুখ্যমন্ত্ৰী আহিলেহে ল’ব ভেকছিন
ইশ্বৰে বিশেষ কামৰ বাবে শক্তি প্ৰদান কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছে নলবাৰীৰ বাপকণ বাবাক ৷ ক’ভিড ভেকচিন ল’লেই মৃত্যু মুখত পৰিব বুলি দাবী বাবাৰ(Baba refuses to inject covid vaccine ) ৷ কিন্তু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভেকচিন ল’ব পাৰিব বুলি ৰাখিলে চৰ্ত ৷
Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি
চৌদি আৰৱৰ পৰা অহা এগৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ অৱস্থিতি (Covid 19 positive at Balipara) ৷ বৰ্তমানলৈকে ব্যক্তিগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয় নে নহয়, সেয়া নিশ্চিত হোৱা নাই ৷
টুলুঙা নাৱত উঠি মাছ ধৰাৰ আমেজ ল’লে বিমল বৰাই
শীতৰ সেমেকা পৰিবেশত মাছ ধৰাৰ আনন্দ উপভোগ কৰিলে মন্ত্ৰী বিমল বৰা(Dihingchang project of Tingkhang)ই । গৃহ সমষ্টি টিংখাঙৰ দুয়ো দিশত অৱস্থিত দিহিং আৰু দিচাং নদীৰ প্ৰাকৃতিক সম্ভাৱনাক সাঙুৰি মন্ত্ৰীগৰাকীয়ে উদ্যমী যুৱক-যুৱতীসকলৰ সংস্থাপনৰ উদ্দেশ্য দিহিংচাং প্ৰকল্প(Dihingchang Project) নামাকৰণেৰে নিজা উদ্যোগত গ্ৰহণ কৰিছে এক অভিলাসী আঁচনি ।