বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা
অসম-মিজোৰাম সীমান্তৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে দুগৰাকী বীৰংগনা ৷ সীমান্ত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰত উৰ্ত্তীণৰ হাৰ 97.77 শতাংশ
বহু বিতৰ্ক তথা জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ফলাফল অনুসৰি শিৱসাগৰ জিলাত উৰ্ত্তীণ হাৰ 97.77 শতাংশ ৷
বিজ্ঞান শাখাত 100 শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও
ৰাজ্যৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰ যোগেদি ফলাফল ঘোষণা কৰাত বিভিন্ন দিশত সৃষ্টি হৈছে অভিলেখ । বিজ্ঞান শাখাত এইবাৰ ৰাজ্যৰ মুঠ 38,430 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 38,068 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 99.06 শতাংশ ।
অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...
ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ (DHUBRI) তোতা মিঞাই (TOTA MIYA) ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷
আইপিএছ প্ৰশিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকে এনে এক সময়ত কেৰিয়াৰ আৰম্ভ কৰিছে যেতিয়া ভাৰতে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো স্তৰত পৰিৱৰ্তনৰ পৰ্যায়ৰ মাজেৰে গৈ আছে । সেয়ে তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব ।