টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই
আমেৰিকা যুক্তৰাষ্ট্ৰত টিক্ টকৰ মুঠ 100 মিলিয়ন ব্যৱহাৰকাৰী আছে ৷ কিন্তু কোম্পানীটোক বিগত কেইমাহমান ধৰি ধাৰাবাহিক ভাৱে ট্ৰাম্প প্ৰশাসনে টাৰ্গেট কৰি লৈছে ৷
বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল
ৰাজ্যৰ বান পৰিস্থিতি শাম কটাৰ পিছত ইয়াৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক ছজনীয়া প্ৰতিনিধি দল ৷ দলটোৱে পোনতে নগাঁও জিলা প্ৰশাসনৰ পৰা বান পৰিস্থিতিৰ বুজ লয় ।
নলবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
নলবাৰীৰ সমীপেৰে বৈ যোৱা পাগলাদিয়া নদীৰ পানী যুঁৱলিত উদ্ধাৰ হৈছে এক অচিনাকী পুৰুষৰ মৃতদেহ ৷ উক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !
বিশ্বৰ সবাতোকৈ ব্যস্ততম সামুদ্ৰিক ব্যৱসায়িক পথৰ ওপৰত নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি থকা সংঘাতৰ ফলত বেইজিঙৰ সৈতে ৱাশ্বিংটন আৰু দক্ষিণ প্ৰান্তৰ চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷
কলিয়াবৰত কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ পৰ্যবেক্ষক দল
কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয় পৰ্যায়ৰ এক পৰ্যবেক্ষক দলে কলিয়াবৰৰ বৰঘুলীৰ গৰাখহনীয়া আৰু বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় ৷ লগতে, অসম চৰকাৰৰ জল সম্পদ আৰু ৰাজহ বিভাগৰ উচ্চ পদস্থ বিষয়াৰে আলোচনাত মিলিত হয় ।