Wild Elephant Menace: বছৰৰ অন্তিম নিশা কলিয়াবৰত চলিল বন্যহস্তীৰ তাণ্ডৱ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ (Wild elephants of Kaziranga national park) জাকে কলিয়াবৰৰ ভিন্ন স্থানত নিশা প্ৰায়েই সন্ত্ৰাস চলায় আহিছে । বাদ পৰি নৰ’ল শুকুৰবাৰৰ দিনটোও বছৰৰ অন্তিমটো নিশাও কলিয়াবৰৰ কেইবাখনো গাঁৱত চলিল বন্যহস্তীৰ তাণ্ডৱ (Wild elephant attack in villages of Kaliabar) ৷
গুৱাহাটীত চিটীবাছৰ নতুন ভাড়া নিৰ্দ্ধাৰণ হ'ব
পুনৰ মহানগৰীত ভাড়া বৃদ্ধি ( City bus fares increased in Guwahati) ৷ শীঘ্ৰে চিটীবাছৰ নতুনকৈ ভাৰসাম্য ভাড়া নিৰিখ নিৰ্ধাৰণ কৰা হ'ব আৰু চিটীবাছৰ ভাড়ালৈ ক্ষেত্ৰত এক ভাৰসাম্য অনাৰ ক্ষেত্ৰত চেষ্টা কৰা হ'ব (Revised fare for city bus in Guwahati mooted) । মহানগৰৰ উপায়ুক্তৰ ঘোষণা ৷
Awareness campaign: বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত Cycle Rally
প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ অভিনৱ প্ৰয়াস ৷ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰ মহাবিদ্যালয় আৰু উইণ্ড ব্ৰেকাৰ চাইকেল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এক চাইকেল ৰেলী(Awareness campaign for wildlife conservation) ৷
Illegal liquor seized : ৰহাত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
ৰহাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ দেশীয় আৰু বিদেশী সুৰা (Illegal liquor seized at Raha) ৷ বিক্ৰীৰ বাবে মজুত কৰি ৰখা হৈছিল জব্দ কৃত সুৰাখিনি ৷
ATM service charges increase: ATM ব্যৱহাৰকাৰীৰ বাবে বছৰৰ পহিলা দিনটোতে বেয়া খবৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম অনুসৰি, নিৰ্ধাৰিত সীমাৰ পাছত গ্ৰাহকসকলে এটিএম লেনদেনৰ ওপৰত অধিক মাচুল পৰিশোধ কৰিব লাগিব (ATM service charges increase)। পূৰ্বে নিৰ্ধাৰিত সীমাৰ পিছত বেংকবোৰে প্ৰতিটো লেনদেনত ২০ টকা পৰিশোধ কৰিব লগা হৈছিল । এতিয়া ২১ টকা পৰিশোধ কৰিব লাগিব ।