Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !
চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে
আকৌ চৰ্চাত শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case) ৷ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে চিঠিযোগে জনাইছে যে, এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive) ৷
CM Himanta meets Nilmani Phookan: কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ তৃতীয় গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক (Jnanpith Awardee poet Nilmani Phookan) স্বচক্ষে সাক্ষাৎ কৰে (CM Himanta meets Nilmani Phookan) ৷
Pradip Buragohain Arrested: বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক
গুৱাহাটী আৰক্ষীয়ে নিশা টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক (ACA Ex-Secretary Pradeep Buragohain arrested)। বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক গৰাকী ।
শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং
কংগ্ৰেছত যেন এক প্ৰকাৰ মূল্যহীন হৈ পৰিল বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali lost attention in Congress)৷ নচলা সিকি এটাৰ প্ৰতি মানুহৰ দৰদ কমি আহে, ঠিক তেনেকৈ শ্বেৰমানৰ প্ৰতিও যেন কংগ্ৰেছ নেতৃত্বৰ নাই কোনো দৰদ ৷ খোদ ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙৰ বক্তব্যত স্পষ্ট হৈ পৰিছে এই কথা ৷