HC, SC Judges Salaries Amendment Bill : ৰাজ্যসভাত উত্থাপন কৰা হ'ব উচ্চ-উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সংশোধনী বিধেয়ক
সোমবাৰে ৰাজ্যসভাত উচ্চ-উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সংশোধনী বিধেয়ক বিবেচনাৰ বাবে উত্থাপন কৰিব কেন্দ্ৰই(Judges Salaries Amendment Bill in RS) । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব ।
20 years of Parliament Attack : সংসদ ভৱনৰ আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ
২০০১ চনৰ ১৩ ডিচেম্বৰ - সমগ্ৰ দেশবাসীৰ বাবে এটা অভিশপ্ত দিন । এইটো দিনতে সংসদ ভৱনত হোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৪ জন লোকে । আক্ৰমণত প্ৰাণ হেৰুওৱা সাধাৰণ নাগৰিক আৰু শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Modi pays tribute to Parliament Attack victims) ।
ঘন কুঁৱলীৰ বাবে যোৰহাট-মাজুলী ফেৰীসেৱাত ব্যাঘাত
যোৰহাট-মাজুলীৰ ফেৰীসেৱাত ব্যাঘাত(Jorhat Majuli ferry service disrupted)। ঘন কুঁৱলীৰ বাবে নিমাতী-মাজুলী ফেৰী চলাচলত একপ্ৰকাৰ বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
Indian farmers came home after 10 months : সুদীৰ্ঘ 10 মাহৰ মূৰত দেশলৈ প্ৰত্যাৱৰ্তন বাংলাদেশত আটকাধীন কৃষকৰ
সুদীৰ্ঘ 10 মাহৰ মূৰত দেশলৈ প্ৰত্যাৱৰ্তন (Indian farmers came home after 10 months) ত্ৰিপুৰাৰ দুগৰাকী কৃষকৰ ৷ কৃষক দুগৰাকী ভাৰত-বাংলাদেশ সীমান্তৰ বাসিন্দা ৷ সীমান্তত কৃষি কাৰ্য কৰি থকাৰ সময়তে কেনেবাকৈ সীমান্তৰ বেৰ পাৰ হোৱাত দুয়োগৰাকীকে আটক (Two Indian farmers caught by Border Guards of Bangladesh) কৰিছিল বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছৰ সুৰক্ষাকৰ্মীয়ে ৷
Revolutionize Agriculture: কৃষি কৰ্মৰে বিপ্লৱ কৰাৰ সংকল্প মহানগৰীৰ যুৱকৰ
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সূচনা হৈছে সেউজ বিপ্লৱ(Green Revolution)ৰ । উদ্যমী অসমীয়া ডেকা চামৰ পথাৰত সোণালী সপোন ৰচনা(Revolutionize Agriculture)ৰ প্ৰয়াস ।