Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত কাইলৈ কেবিনেট বৈঠক
এইবাৰ গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক(Assam Government cabinet meeting) ৷ ইয়াকে লৈ ব্যস্ততা বাঢ়িছে নেতা-মন্ত্ৰীসকলৰ লগতে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহৰ মাজত (Assam Government cabinet meeting will be in Guwahati)।
Fresh Mushahary Slams BTC govt: প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা ফ্ৰেছ মুছাহাৰীৰ
বিটিচি চৰকাৰক (BTC Govt) ক্ষুৰধাৰ সমালোচনা বিপিএফৰ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰীৰ (Fresh Mushahary Slams BTC govt)- "প্ৰমোদ বড়ো চৰকাৰে নামমাত্ৰহে আঁচনি ঘোষণা কৰে ৷ কিন্তু বাস্তৱিকতে আজিলৈকে এটাও কাম দেখিবলৈ পোৱা নাই ৷"
FIFA World Cup 2022 : চিকিৎসালয়ৰ পৰাই ব্ৰাজিলৰ বিশ্বকাপ মেচ উপভোগ কৰিব পেলেই
পৰিয়ালৰ কেইবাজনো সদস্যৰ মতে, ৮২ বছৰীয়া পেলেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁ শংকামুক্ত । চিকিৎসালয়ৰ পৰাই তেওঁ উপভোগ কৰিব ব্ৰাজিলৰ বিশ্বকাপৰ মেচ (Pele admitted to hospital) ।
Ujjain Mahakaleshwar Temple : উজ্জয়িনী মহাকালেশ্বৰ মন্দিৰত মোবাইল ফোন নিষিদ্ধ
উজ্জয়িনীৰ বাবা মহাকাল মন্দিৰত (Ujjain mahakaleshwar temple) নিৰাপত্তাৰক্ষীৰ ৰিল ভিডিঅ'ৰ পিছত মন্দিৰ পৰিচালনা সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে 24 ডিচেম্বৰ, 2022-ৰ পৰা 5 জানুৱাৰী, 2023-লৈকে মন্দিৰলৈ ফোন নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব । ইয়াৰ উপৰি মন্দিৰৰ লাড়ু প্ৰসাদৰ হাৰো বৃদ্ধি কৰা হৈছে ।
Guwahati Crime : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীক গ্ৰেপ্তাৰ
নিশাই আমিৰ আলীক মৰিগাঁও সদৰ আৰক্ষীৰ পৰা জিন্মাত লৈ মঙলবাৰে গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে (Guwahati city police) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল আমিৰ আলী । ৰঞ্জিত বৰাক গুলীয়াবলৈ চুপাৰি দিছিল আমিৰ আলীয়ে (Mastermind of Ranjit Bora Murder) । লক্ষ্যণীয় কথাটো হ’ল যে, বিভিন্ন সময়ত আৰক্ষীৰ ইনফৰ্মাৰ হিচাপেও আছিল আমিৰ ।