Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ
গুজৰাটৰ বিধায়ক তথা দেশৰ এগৰাকী আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীয়ে অৱশেষত লাভ কৰিলে জামিন (Bail granted for Jignesh Mevani) ৷
ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত খাদ্য সুৰক্ষা বিষয়া
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত ঘোচখোৰ খাদ্য সুৰক্ষাৰ পৰিদৰ্শক (Food safety inspector arrested in Nagaon)৷
President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান
অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এক বিৰল সন্মান ৷ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police)৷
মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালত
উত্তৰ অসমত নতুনকৈ স্থাপন হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল (Cancer Hospital in Lakhimpur) ৷ শুভ উদ্বোধনৰ এদিন পাচতেই আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা (Cancer care treatment started at Lakhimpur Cancer Hospital) ৷
বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ
মুকলিৰ এদিনৰ পাচতেই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হ’ল বৰপেটা কেঞ্চাৰ হাস্পতালৰ বৰ্হিঃবিভাগৰ কাম (PM Modi virtually launched cancer Hospital in Barpeta) ৷