নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিছপুৰত আম আদমী পাৰ্টীৰ বিক্ষোভ
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে আপৰ প্ৰতিবাদত উত্তাল ৰাজপথ (AAP protest in Dishpur)। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা । আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি ।
পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত
এজাক বৰষুণতে বুৰ গ’ল কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ অন্তৰ্গত মনছাংগন পথৰ প্ৰায় পাঁচশ মিটাৰ অংশ (Artificial flood in Karimganj) ৷ বন্ধ হৈ পৰিছে প্ৰায় 32 হাজাৰ লোকৰ যোগাযোগ ব্যৱস্থা ৷
মিছা কথাৰ ঠেং চুটি : ছিংগাপুৰত দুই ভাৰতীয়ক কাৰাদণ্ড
ছিংগাপুৰৰ এখন আদালতে দুই ভাৰতীয় মূলৰ লোকক নিক্ষেপ কৰিছে কাৰাগাৰলৈ (Singapore court sent two Indian origin men to jail) ।
নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে ভৰি পৰিছে ডিব্ৰুগড় চহৰ ।