লোকসভাৰ অধ্যক্ষই উদ্বোধন কৰিলে ICPA সন্মিলন
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে অসম বিধানসভাত ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ (ICPA) অষ্টম সংখ্যক সন্মিলনৰ শুভাৰম্ভ কৰে (Lok Sabha Speaker inaugurates ICPA Conference in Guwahati)। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত ভাৰতবৰ্ষৰ ২২ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰে ৷
আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা
অসমীয়া সাহিত্য় জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কাব্যঋষি নীলমণি ফুকন(Nilamoni Phukan selected for Jnanpith award 2022) লৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা ।
পাকে টাইগাৰ ৰিজাৰ্ভত কেন্দ্ৰীয় বনমন্ত্ৰীৰ হাতত ৮২ টা এয়াৰ গান সমৰ্পণ
অৰুণাচল প্ৰদেশত অচিৰেই অৱসান ঘটিব জনসাধাৰণ আৰু বন্যপ্ৰাণীৰ মাজৰ সংঘাত(Man-Animal conflict in Arunachal Pradesh) ।
আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সোমবাৰে অনুষ্ঠিত হ’ব ভাৰ্চুৱেল বৈঠক(PM Modi to hold virtual interaction with US President) ৷
ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত 15 সহস্ৰাধিক সৌৰ শক্তি চালিত বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে : জিষ্ণু দেৱবাৰ্মা
ত্ৰিপুৰা চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ ৷ ৰাজ্যখনৰ 58 টা গ্ৰাম্য উন্নয়ন খণ্ডৰ অধীনৰ বজাৰ এলেকাত সৌৰ শক্তি চালিত বৈদ্যুতিক খুঁটা স্থাপন কৰাৰ সিদ্ধান্ত(Tripura Govt to install more than 15k solar lights) লৈছে চৰকাৰে ৷ ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ঘোষণা কৰে এই কথা ৷