International Women's Day : কোকৰাঝাৰত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day) । ৰাজ্যৰ ভিন্ন প্ৰান্ততো কৰা হৈছে উদযাপন । ABSU ৰ উদ্যোগত কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ।
ইটিভি ভাৰতৰ তৰফৰ পৰা নাৰী দিৱসৰ শুভকামনা
এগৰাকী নাৰীয়ে সময় অনুযায়ী ভগ্নী, পত্নী, বোৱাৰী, মাতৃ নাইবা আইতা আদিৰ দৰে ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হৈ পৰে ৷ প্ৰতিটো চৰিত্ৰৰ সুকীয়া বৈশিষ্ট্যৰে নাৰীগৰাকীয়ে জীৱনটো অধিক সুন্দৰ কৰি তোলে ৷
নাৰী দিৱস বিশেষ : পদপথত কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী শিক্ষিত যুৱতী, মহিলাৰ কথাৰে...
জীৱন মানেই যে কঠোৰ সংগ্ৰাম সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি আগবাটিছে নগাঁৱৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱতীৰ লগতে একাংশ মহিলাই ।
Death of leopard: শ্ৰীকৃষ্ণ চাহ বাগিছাত একেলগে দুটা নাহৰফুটুকীৰ মৃতদেহ
তিনিচুকীয়াৰ ডুমডুমাত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ (Leopards found dead in Digboi) ৷ নাহৰফুটুকী দুটাই নিজৰ মাজতে যুঁজ বাগৰ কৰি মৃত্যুক সাৱটি লোৱা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ।
Women's Day 2022 : দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day 2022)। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই দিৱস । ভাৰতৰো ভিন্ন প্ৰান্তত নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই বিশেষ দিনটোত ইটিভি ভাৰতে কেইগৰাকীমান বিশেষ মহিলা ক্ৰীড়াবিদৰ বিষয়ে এক প্ৰতিবেদন যুগুত কৰিছে ৷ চাওক এই প্ৰতিবেদন ৷