Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী
অপাৰেচন গঙ্গাৰ অধীনত অব্যাহত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ প্ৰচেষ্টা । ইজনৰ পাছত সিজনকৈ ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীও উভতি আহিছে স্ব-ভূমিলৈ ।
Unusual Death in Golaghat: গোলাঘাটত On Camera পুৰোহিতৰ মৃত্যু
চৰণে নাজানে মৰণৰ ঠাই । মৃত্যু কাৰ কেতিয়া ক'ত হ'ব সেয়া কোনেও নাজানে । তেনে এক ঘটনা সংঘটিত হ'ল গোলাঘাটত ।
মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক
মাজুলী ফেৰী ঘাটত পুনৰ অঘটন (Accident in Nimatighat)।
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ (Case Against Assam CM) ।
যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা ওভতি আহিল ৰঙিয়াৰ মণিষা ৱাহিদ
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা মঙলবাৰে নিশা ৰঙিয়া পালেহি মণিষা ৱাহিদ (Student from Ukraine reached home in Rangia)। সুদীৰ্ঘ ২২ ঘন্টা ধৰি হাংগেৰী হৈ ভাৰতলৈ আহিছিল মণিষা । মণিষা নিজ গৃহত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে মণিষাৰ পৰিয়ালবৰ্গ ।