ক’ভিডৰ বাবে নহয়, গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন
পিছুৱাই দিয়া হৈছে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ৷ সেই অনুসৰি পূৰ্বৰ 14 ফেব্ৰুৱাৰীৰ সলনি ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব 20 ফেব্ৰুৱাৰীতহে ৷ সোমবাৰে দেশৰ নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা (ECI defers dats for punjab election) ৷
ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰাখিবলৈ নতুন প্ৰজন্মক আহ্বান সৰ্বানন্দ সোণোৱালৰ
আজি শিল্পী দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত নিজা বাসভৱনত মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনৰে শিল্পী গৰাকীক স্মৰণ কৰে (Sarbananda Sonowal pays Tribute to Jyoti Prasad Agarwala)। উল্লেখ্য যে সংবাদ মাধ্যমৰ যোগেদি নব প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টিক সজীৱ কৰি ৰখাৰ বাবে আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে
যশস্বী কথক শিল্পী পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান (Kathak dancer Pandit Birju Maharaj passed away)৷ ভাৰতীয় কলা-সংস্কৃতিৰ জগত উকা কৰি 83 বছৰ বয়ত দিল্লীস্থিত নিজা বাসভৱনত দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰে বিৰ্জু মহাৰাজে ৷ বিভিন্নজনৰ শোক প্ৰকাশ ৷
আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন
শিল্পী দিৱসৰ দিনা অসম চৰকাৰে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুকেইগৰাকী ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ লগতে বহুকেইগৰাকী শিল্পীলৈ শিল্পী পেঞ্চন, এককালীন সাহাৰ্য আদি ঘোষণা কৰিছে (State Government's artist pension) । কিন্তু এই শিল্পী পেঞ্চনৰ তালিকাৰ পৰা এইবাৰো বঞ্চিত হৈ ৰ'ল মঘাই ওজাৰ প্ৰিয় শিষ্য তথা সত্তৰোৰ্ধৰ শিল্পী টীয়কৰ বলাই হাজৰিকা ওজা (Bolai Oja deprives of artist pension)
Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী
বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷