উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত নতুনকৈ সংযোজন হ'ল দুখনকৈ ভিষ্টাডম ৰে’ল
শনিবাৰে পল্টনবজাৰ ৰে’লৱে ষ্টেচনত কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী দৰ্শনা জাৰ্দোচ(Minister of State for Railway Darshana Jardosh )ৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে দুখন নতুন ভিষ্টাডম ৰে’ল (Assam CM flag off two new Vistadome trains) ।
Himanta Biswa Sarma at GMCH : জিএমচিএইচত মুখ্যমন্ত্রীৰ ছাডেন ভিজিট
শনিবাৰে নিশা জিএমচিএইচত আকস্মিকভাৱে উপস্থিত হয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma at GMCH) ৷ কৰ’ণা থাকিবই যেতিয়া, কৰ’ণাৰ সৈতে সহবাস কৰিয়েই জীৱন চলাই নিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Kaliabhomora bridge : কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে আলোচনা
তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজলৈ ৰঙালী বিহুৰ উপহাৰ হিচাপে প্ৰদান কৰা কলিয়াভোমোৰা দলঙত নিশা নজ্বলে বিজুলী বাতি ৷ ফলত চলিত বৰ্ষত অধিক দুৰ্ঘটনা সংঘটিত হৈছে এই কলীয়াভোমোৰা দলংখনত(Accident in Kaliabhomora Bridge) ৷ সেয়ে কলীয়াভোমোৰা দলঙৰ কাৰিকৰী পৰ্যবেক্ষণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাৰিকৰী বিভাগক আহ্বান তেজপুৰৰ আৰক্ষী অধীক্ষকৰ ৷
TET Teachar appoinment : টেট পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ একাংশ প্ৰাৰ্থীৰ
15 ডিচেম্বৰত ঘোষিত হোৱা টেট (TET Teachar appoinment) ৰ ফলাফলক লৈ অসন্তুষ্ট একাংশ টেট অৱতীৰ্ণ (Many TET candidates unhappy with TET results) ৷ শনিবাৰে একাংশ টেট অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত (TET result controversy at Nalbari) একত্ৰিত হৈ শিক্ষা বিভাগৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে (Reaction of some candidates about results of TET) ৷
Diabetic Friendly Rice Labanya launched : বজাৰলৈ আহিল লাবণ্য
অসমৰ কৃষি ইতিহাসত অনন্য সংযোজন । শুকুৰবাৰৰে পৰা বজাৰত উপলব্ধ হৈছে ক'লা চাউলৰ ব্ৰেণ্ড 'লাবণ্য' (Diabetic Friendly Rice Labanya launched) ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ (Agriculture Minister Atul Bora launch new rice brand) উপস্থিতিত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৃষক মেলাৰ জৰিয়তে বজাৰলৈ মুকলি কৰি দিয়া হয় চাউলবিধ ৷