Maradona's Watch found in Sivsagar : শিৱসাগৰত উদ্ধাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী
ডুবাইত চুৰি হোৱা 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ ঘড়ী উদ্ধাৰ হৈছে অসমত (Maradona's Watch found in Sivsagar) ৷ ক’ত আৰু কেনেকৈ উদ্ধাৰ হৈছে ঘড়ীটো ? সবিশেষ আমাৰ এই বাতৰিত...
Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet decision) ত ? সবিশেষ চাওক এই প্ৰতিবেদনত...
Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি । ইতিমধ্যে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Guwahati Medical College Hospital)ত ভৰ্তি কৰোৱা হৈছে ৷ মহিলাগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয়নে নহয়, সেয়া স্পষ্ট হোৱা নাই ৷
HS Final Special Exam Result: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা
ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল (HS final year special exam result declared)। ৰাজ্যৰ চাৰিখন জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ । ফলাফলৰ তালিকাৰ অন্তিম স্থানত কামৰূপ মহানগৰ জিলা । মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ এগৰাকী পৰাক্ষাৰ্থী উত্তীৰ্ণ ।কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত ।
উত্তৰ-পূৱ পৰিষদলৈ পুজি কৰ্তন দিল্লীৰ : গেঠেলা মাৰিছে ডেৰকুৰি আঁচনি
উত্তৰ পূৱ পৰিষদলৈ আৱন্টিত পুজি কেন্দ্ৰীয় চৰকাৰে আৱন্তন কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে ৷ পৰিণতিত স্থবিৰতাই দেখা দিছে উত্তৰ-পূৱ পৰিষদ(North Eastern Council)ৰ দ্বাৰা অসমত ৰূপায়িত হৈ থকা প্ৰায় ২৭ টা কেন্দ্ৰীয় প্ৰকল্পৰ কামত ৷ সবিশেষ জানো আহক ৷