গুৱাহাটী-নলবাৰী মিজোৰামক এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কি ক’লে...
অসম আৰক্ষীয়ে (ASSAM POLICE) অসমৰ মাটি মিজোৰামক এৰি নিদিয়াৰ বাবেই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে যুঁজিবলৈ গৈছিল । প্ৰথমবাৰৰ বাবে আমি এক ইঞ্চি মাটিও এৰি দিয়া নাই । গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
Tokyo Olympics: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বক্সাৰ পূজা ৰাণীৰ
টকিঅ' অলিম্পিকত মহিলাৰ বক্সিঙৰ ৬৯-৭৫ কিল’গ্ৰাম শাখাত আলজেৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ পূজা ৰাণীয়ে । এই বিজয়ৰ জৰিয়তে ভাৰতীয় বক্সাৰগৰাকীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পথ প্ৰশস্ত হয় ।
অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি
অশান্ত জৰ্জৰ অসম-মিজোৰাম সীমান্ত ৷ এতিয়াও শান্ত হোৱা নাই লাইলাপুৰ ৷ সীমান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজি অৰ্থাৎ ধবাৰে অসমৰ তিনিখন জিলাৰ আৰক্ষী অধীক্ষকক সাল-সলনি ঘটাইছে ৰাজ্যৰ গৃহ বিভাগে ।
অসম-মিজোৰাম সংঘাতত হাত আছে তৃতীয় পক্ষৰ: ইউ জি ব্ৰহ্ম
অসম-মিজোৰাম সীমান্তত সোমবাৰে সংঘটিত হোৱা ঘটনাক ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক আখ্যা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ । মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিবলগীয়া হ’ল অসমৰ 6 গৰাকী আৰক্ষী জোৱানে ৷
দুষ্টচক্ৰৰ লক্ষ্য ত্ৰিপুৰা চৰকাৰৰ অ'ফিচিয়েল ৱেবছাইট
কাৰিকৰী শিক্ষাৰে শিক্ষিত এটা বিশেষ গোটে গুগল এলগৰিথম(google algorithm) আৰু ৱিকিপিডিয়া (wikipedia) ৰ সম্পাদনাত হেৰফেৰ কৰি ত্ৰিপুৰা সন্দৰ্ভত চাৰ্জ ইঞ্জিনৰ (search engine) ফলাফলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে ৷ ইতিমধ্যে এই বিষয়ক লৈ শংকিত হৈছে ত্ৰিপুৰা চৰকাৰ ।