নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ (Case Against Assam CM) ।
ইউক্ৰেইনত আৱদ্ধ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ছাত্ৰ
চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ডিচেম্বৰ মাহত ইউক্ৰেইনলৈ গৈছিল মনোজ । বিগত তিনিমাহ অধ্যয়নত ব্যস্ত থকাৰ মাজতে আহিল ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ দুখবৰটো ৷ যাৰবাবে এতিয়া ইউক্ৰেইনত আৱদ্ধ হৈ আছে মনোজ ৷
সত্ৰনগৰীত চোৰৰ তাণ্ডৱ : বৰপেটাৰ দুখনকৈ সত্ৰত চোৰৰ চাফাই অভিযান
বৰপেটাৰ বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে সত্ৰ তথা নামঘৰ । একেদিনাই বৰপেটা চহৰৰ দুখনকৈ সত্ৰত চুৰিকাণ্ড সংঘটিত হোৱাক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ।
Russia Ukraine Crisis : মাতৃভূমি অভিমুখে ৰাওনা তেজপুৰৰ প্ৰতীক্ষা
অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিছে ৷ ৰাছিয়া-ইউক্ৰেইনৰ ভয়াৱহ যুদ্ধৰ মাজতে ঘৰলৈ ঘূৰি আহিছে তেজপুৰ প্ৰতীক্ষা গগৈ (A student from Ukraine arrives at his home in Tezpur) । তেজপুৰ প্ৰতীক্ষা গগৈৰ বাসগৃহত বৰ্তমান বৈছে আনন্দৰ বন্যা ৷
অপাৰেচন গংগাৰ দায়িত্ব ল’লে ভাৰতীয় বায়ুসেনাই
‘অপাৰেচন গংগা'ৰ অধীনত সংঘৰ্ষগ্ৰস্ত ইউক্ৰেইনৰ পৰা ভাৰত চৰকাৰে বিশেষ বিমানেৰে উদ্ধাৰ কৰি আনিছে বহু ভাৰতীয়ক(Indian Air Force joins aircraft) ৷