Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?
নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিল কৰাৰ আহ্বান নাগালেণ্ড বিধানসভাৰ (Nagaland Assembly demands to repeal AFSPA) ৷ কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনাই গঠন কৰি দিছে উচ্চস্তৰীয় সমিতি (Central Government formed a high level committee on Nagaland situation) ৷
কোন পৰ্যায়ৰ বিজেপি নেতাই এৰিব লাগিব PSO ?
সমৰ একাংশ বিজেপি নেতাই এৰিবলগীয়া হ'ব পাৰে PSO । মুখ্যমন্ত্ৰীৰ ঘোষণাই অস্বস্তিত পেলাইছে নেতা-পালিনেতাক (PSO of Assam BJP leaders to be withdrawn) । কিন্তু কোন কোন নেতাৰ PSO প্ৰত্যাহাৰ কৰিব গৃহ বিভাগে ?
পদমৰ্যদাৰ অপব্যৱহাৰ কৰিছে নেকি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ?
উপায়ুক্তৰ হিচাপে কামৰূপ মহানগৰ জিলাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই বিতৰ্কত সাঙোৰ খাই পৰিছে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা।
কোকৰাঝাৰত বিজেপিলৈ বাট পোনালে বিপিএফ নেতা-কৰ্মীয়ে
কোকৰাঝাৰত ডেৰ শতাধিক বিপিএফ সদস্যৰ বিজেপিত যোগদান (BPF members joines BJP) ৷ নতুন সদস্যসকলক গেৰুৱা দলৰ টুপী আৰু গামোচাৰে আদৰণি জনোৱা হয় ৷
Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ
কলগাছিয়াৰ টাপাজুলি গাঁৱত এবিঘা মাটিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট (Land Dispute at kalgachia) । দুই পক্ষৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এই কাজিয়া অৱশেষত গৈ প্ৰচণ্ড মাৰপিটৰ ৰূপ লয় ৷