অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি... - কূটাঘাতৰ লক্ষ্য অসম

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 16, 2021, 3:03 PM IST

Explosives recovered in Hailakandi : ভয়ংকৰ কূটাঘাতৰ লক্ষ্য অসম !

চিআৰপিএফৰ এক অভিযানত হাইলাকান্দিৰ শালচাপৰাৰ ঘাইপথত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (Explosives recovered in Hailakandi)। বিস্ফোৰক সামগ্ৰীৰ সৈতে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Sheena Bora murder case: কাশ্মীৰত আছে শ্বীনা, দাবী কৰিলে ইন্দ্ৰানী মুখাৰ্জীয়ে

আকৌ চৰ্চাত শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case) ৷ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে চিঠিযোগে জনাইছে যে, এতিয়াও জীৱিত আছে শ্বীনা (Sheena Bora is alive) ৷

CM Himanta meets Nilmani Phookan: কবি নীলমণি ফুকনৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ তৃতীয় গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক (Jnanpith Awardee poet Nilmani Phookan) স্বচক্ষে সাক্ষাৎ কৰে (CM Himanta meets Nilmani Phookan) ৷

শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

কংগ্ৰেছত যেন এক প্ৰকাৰ মূল্যহীন হৈ পৰিল বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali lost attention in Congress)৷ নচলা সিকি এটাৰ প্ৰতি মানুহৰ দৰদ কমি আহে, ঠিক তেনেকৈ শ্বেৰমানৰ প্ৰতিও যেন কংগ্ৰেছ নেতৃত্বৰ নাই কোনো দৰদ ৷ খোদ ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙৰ বক্তব্যত স্পষ্ট হৈ পৰিছে এই কথা ৷

শৰণাৰ্থীৰ মৰ্যাদা বিচাৰি কাৰাবন্দী ৰোহিংগীয়াৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন

দুটাকৈ ৰোহিংগীয়া পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন বিশেষ আবেদন জনাইছে । শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান কৰিব লাগে তেওঁলোকক (Rohingya appeal for refugee status)। অন্যথা পুনৰ নিজ দেশ ম্যানমাৰলৈ ঘুৰি যোৱাৰ অনুমতি লাগে । অৱশ্যে এই ক্ষেত্ৰত কি নিৰ্দেশনা দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ?

Coir Expo in Guwahati : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে নৰ্থ ইষ্ট' কয়ৰ এক্সপ’

বৃহস্পতিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে নৰ্থ ইষ্ট' কয়ৰ এক্সপ’(North East Coir Expo held at srimanta sankardev kalakshetra ) ৷ এই কথা সদৰি কৰে Coir Board ৰ অধ্যক্ষ ডি কুপ্পুৰামুয়ে ৷

Assam Microfinance News : মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰৱঞ্চনা

ৰাজ্যত মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাই (Microfinance Loan Waiver in Assam)ৰ নামত বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে কৰিছে নেকি ভেকোভাওনা ? কিয়নো প্ৰকৃত হিতাধীকাৰীয়ে লাভ কৰা নাই মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ সুবিধা ৷ অভিযোগ টীয়কৰ একাংশ ভুক্তভোগী মহিলাৰ ৷

Chairman of Chiefs of Staff Committee : সাময়িকভাৱে দায়িত্ব প্ৰদান জেনেৰেল এম এম নাৰৱানেক

স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ(Chairman of Chiefs of Staff Committee) হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন ৷

স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া

বিকি-কেটৰিণাৰ বিয়া যেনেকৈ চৰ্চাত আছে, তেনেকৈ কিছুদিনৰ আগতে অসমতো চৰ্চিত হৈছিল এখন বিয়া ৷ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিয়া (Barasha rani Bishoya's wedding)৷ এতিয়া বাৰু ভাস্কৰ-বৰষা ক’ত আছে জানে নে ?

কেনেকৈ জন্মদিন পালন কৰিলে ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰে ?

জন্মদিনটো সকলোৰে সৈতে আনন্দ মনেৰে কটাই মৰম অকণ বুটলিবলৈনো কাৰ মন নাযায় ! সেইয়া লাগিলে আপোনাৰ-মোৰ দৰে সাধাৰণ মনুষ্যই হওক নতুবা হাজাৰ-বিজাৰ অনুৰাগীয়ে আগুৰি থকা কোনোবা তাৰকায়েই হওক ৷ জন্মদিনটো বিশেষ কৰি তুলিবলৈ সকলোৱে বিচাৰে ৷ জানোচোন আহক, অসমীয়া ছবিজগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কেনেদৰে উদযাপন কৰিলে নিজৰ বিশেষ দিনটো...

ABOUT THE AUTHOR

...view details