বাঁহেৰে তৈয়াৰী এযোৰ বিশেষ পোছাক
এযোৰ বিশেষ নৃত্যৰ পোছাক ৷ যিযোৰ পোছাকে আচৰিত কৰি তুলিব আপোনাক আৰু মোক ৷ সম্পূৰ্ণ বাঁহেৰে সাঁজি উলিওৱা হৈছে এই বিশেষ পোছাকযোৰ ৷
কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা উপায়ুক্তৰ
অসমৰ মাজেদি ত্ৰিপুৰালৈ যোৱাৰ একমাত্ৰ পথ হ’ল ৮নং ৰাষ্ট্ৰীয় ঘাইপথ । সমগ্ৰ দেশৰ সৈতেও ত্ৰিপুৰাক সংযোগ কৰা এইটোৱে একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । বিগত ৬ টা বছৰ ধৰি অসমৰ পাথাৰকান্দি সমষ্টিৰ ৬ কিলোমিটাৰ অংশ পথ মাৰাত্মকভাবে বিধ্বস্ত হৈ আছে ।
বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত চুৰিকাণ্ড
শনিবাৰে নিশা বঙাইগাঁৱৰ মাজপাৰা দৌল মন্দিৰত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ চোৰে তলা ভাঙি মন্দিৰত থকা দুটা পিতলৰ মূৰ্তিসহ এটা পিতলৰ বাঁহী লৈ যায় ৷
বন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন
1985 চনতে বাইহাটা চাৰিআলিৰ দগাঁৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থাপন কৰিছিল তীখা উদ্যোগৰ আধাৰশীলা ৷
কৰ’ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ভাৰত: ডাঃ নভনীল বৰুৱা
সম্প্ৰতি ভাৰতত কৰ’ণাত আক্ৰান্তই স্পৰ্শ কৰিছে 3,542,733 ৰ সংখ্যা৷ আক্ৰান্ত সকলৰ ভিতৰত 63,657 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে 2,713,933 গৰাকী ৷