Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ
ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
Man elephant conflict : বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ, বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ'ল এটা হাতীৰ
গোৱালপাৰাত হস্তী মানুহৰত সংঘাতৰ ভয়ংকৰ ৰূপ । বন্যহস্তীৰ আক্ৰমণত মৃত্যু যুগল ক্ষত্ৰিয় নামৰ এজন লোকৰ (Man killed in elephant attack in Goalpara)। একেখন গাঁৱতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ'ল এটা বনৰীয়া হাতীৰ ।
Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ
একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷ ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।
Amazon: আমাজনে এইবাৰ বৰ্খাস্ত কৰিব ২০ হাজাৰ কৰ্মচাৰীক
আগন্তুক মাহত আমাজনে প্ৰায় ২০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে । কম্পিউটাৰ ৱৰ্ল্ডৰ প্ৰতিবেদন অনুসৰি ইয়াৰ ভিতৰত কৰ্পৰেট কাৰ্যবাহীসকলো অন্তৰ্ভুক্ত হ’ব ।
HSLC exam 2023 date announced: HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই
HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই ৷ 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা (HSLC exam) ৷ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা ৷