আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা
আলফা(স্বাঃ) আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজৰ বিতৰ্কৰ অন্ত পৰিল (Controversy between ULFA I and Sanjay Kisan)। অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা বিচাৰিলে মন্ত্ৰী সঞ্জয় কিষাণে । লগে লগে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া । কিন্তু কি ভুল কৰিছিল মন্ত্ৰী সঞ্জয় কিষানে ? কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ?
কপিলীৰ বানত দিশহাৰা সাধাৰণ ৰাইজ, পশুধনৰ বিলৈ
কামপুৰৰ কপিলী নদীৰ ভয়াৱহ ৰূপ ৷ বকুলগুৰি-নলাপাৰাৰ মথাউৰিৰ ওপৰৰে পানী বাগৰি ন ন অঞ্চল প্লাৱিত(Kampur effected by Kapili river floods) ৷
মোৰ কথাই যদি পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো: মন্ত্ৰী সঞ্জয় কিষান
‘‘মই পৰেশ বৰুৱা ডাঙৰীয়াক আঘাত দিব খোজা কোনো কথাই কোৱা নাছিলো ৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো ৷
ডিব্ৰুগড়ত অস্ত্ৰশস্ত্ৰসহ আত্মসমৰ্পণ আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ
ডিব্ৰুগড়ত বিদ্ৰোহী সংগঠন আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ (Cadre of ANLA surrendered in Dibrugarh) । ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আদিবাসী নেশ্যনেল লিবাৰেছন আৰ্মী (Adivasi national liberation army)ৰ দুই কেডাৰে ।
Culpable homicide case : বিপদত তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰীৰ কন্যা
তামিলনাডুৰ AIADMK নেতা তথা প্ৰাক্তন মন্ত্ৰী ডি জয়কুমাৰৰ কন্যা জয়প্ৰিয়া মালিকাধীন এটা বিবাহ ভৱনত লিফ্ট দুৰ্ঘটনা (Lift accident at a wedding hall in Tamil Nadu)। দুৰ্ঘটনা এগৰাকী ছাত্ৰীৰ মৃত্যু, দুজন গুৰুতৰভাৱে আহত । নীতি বহিৰ্ভূতভাৱে লিফ্ট নিৰ্মাণৰ অভিযোগ মন্ত্ৰীৰ কন্যাৰ বিৰুদ্ধে । পলাতক মন্ত্ৰীৰ কন্যা জয়প্ৰিয়া ।