ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান
ICC Women's World Cup ৰ 50 অভাৰৰ মেচত ভাৰতৰ সাফল্য (India beat Pakistan by 107 runs) ৷ ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিঙত ধৰাশায়ী পাকিস্তান ৷ ভাৰতৰ হৈ ৰাজেশ্বৰী গায়কোৱাডে 4 টা, ঝুলন গোস্বামীয়ে 2 টা আৰু স্নেহৰাণাই দখল কৰে 2 টাকৈ উইকেট ৷
Poll violence in Assam : অখিল গগৈৰ বিৰুদ্ধে ভোটদান কেন্দ্ৰত নিৰ্বাচনী প্ৰচাৰৰ অভিযোগ
শিৱসাগৰৰ ভোটগ্ৰহণ (Assam Municipal Election 2022) কেন্দ্ৰত পুৱা সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ (Tense situation in Sivasagar polling booth) ৷
Assam Municipal Election 2022 : পুৱাৰে পৰা টীয়কৰ ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ ভোটাৰৰ
আজি পুৱা ৮ বজাৰ লগে লগে ৰাজ্যৰ মুঠ ৮০ টা ৱাৰ্ডত আৰম্ভ হৈছে ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam Municipal Election 2022) ৷ সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰ ১০ টা ৱাৰ্ডৰ ২৯ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব EVM ত ।
নগাঁৱত শান্তিপূৰ্ণভাৱে চলিছে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
দেওবাৰে পুৱাৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Municipality election vote polling) ৷ ৰাজ্যৰ আন জিলাৰ লগতে নগাঁৱতো শান্তিপূৰ্ণভাৱে চলিছে পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (Municipality election in Nagaon)।
ৰাইজক সুৰক্ষা আৰু উন্নয়ন দিব পৰা একমাত্ৰ দল এতিয়া বিজেপি : সৰ্বানন্দ সোণোৱাল
ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনৰ ৪ নম্বৰ ৱাৰ্ডৰ ২৩ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Minister Sarbananda Sonowal casts vote at Dibrugarh) ।