অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন
অসম তৈল খাদ অগ্নিকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ৷ OIL India, কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই আবেদন ৷
বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া
বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া । বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে এই কথা ঘোষণা কৰে অইল ইণ্ডিয়া লিমিটেডে ।
গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ
গোলাঘাটত প্ৰশাসনৰ চকুত ধূলি মাৰি একাংশই অব্যাহত ৰাখিছে বনজ সম্পদৰ লুণ্ঠন ৷ বৃহৎ পৰিমাণৰ শিল-বালি কঢ়িয়াই অনা চাৰিখন ট্ৰাক বৃহস্পতিবাৰে জব্দ কৰে বন বিভাগে ৷ এই সম্পৰ্কত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিষয়া ভাস্কৰ ডেকাই সংবাদমাধ্যমক জনায় ৷
কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড : তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।
ধেমাজিৰ পেহীয়তিত ৰাইজে মেৰামতি কৰিলে মথাউৰি
প্ৰৱল বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ একমাত্ৰ ৰক্ষা কৱচ কুমটীয়া নদীৰ প্ৰায় চাৰি কিলোমিটাৰ দৈঘ্যৰ বাওঁপাৰৰ মথাউৰিটো ।