HS Exam result 2022: কলা শাখাৰ শীৰ্ষ দহটা স্থানত জিলিকিল এইসকল ছাত্ৰ-ছাত্ৰী
আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HS Exam result 2022) ৷ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত শীৰ্ষ দহটা স্থান লাভ কৰাসকল হ’ল ক্ৰমে....
জীৱনত হাৰি হাৰি জিকাটোহে সফলতা: কলা শাখাৰ শীৰ্ষ স্থান প্ৰাপ্ত সাধনাৰ মনৰ কথা
আজি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (HS result 2022)। নলবাৰীৰ বৰমুৰিকোনাৰ সাধনা দেৱীয়ে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা কলা শাখাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে (top rank in Arts in HS result 2022)৷
HS Exam result 2022: শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে 3 কৃতি শিক্ষাৰ্থীয়ে
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আনন্দ কঢ়িয়াই আনিলে শিৱসাগৰলৈ(HS Exam Result 2022) । জিলাখনৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে(HS Exam Result in Sivasagar) ।
HS final result 2022: বিজ্ঞান শাখাত দ্বিতীয় শীৰ্ষ স্থানত চল্টব্ৰুকৰ অলংকৃতা
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ (Higher Secondary result 2022) বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমিৰ কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ।
HS final result 2022: কলা শাখাৰ দ্বিতীয় শীৰ্ষ স্থানপ্ৰাপ্ত বিদিশাৰ শিক্ষক হোৱাৰ মন
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাৰ দ্বিতীয় শীৰ্ষ স্থান লাভ নলবাৰীৰ বিদিশা মিশ্ৰৰ (HS result 2022 second rank holder Bidisha Mishra)। নলবাৰীৰ শংকৰদেৱ একাডেমীৰ পৰা কলা শাখাত দ্বিতীয় শীৰ্ষ স্থান দখল কৰি নলবাৰীৰ চ'ক বজাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে বিদিশাই ।