ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত
চাৰিদিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব ডিমা হাছাওৰ বতৰ ৷ ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত(Haflong records the highest rainfall in Assam) ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই কথা ৷
ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল
বৰাকৰ সৈতে দহদিনলৈ বিচ্ছিন্ন থাকিব ৰেল যোগাযোগ(Rail service hit in Dima Hasao due to landslides) । হাফলং আৰু জাতিঙ্গাৰ মাজত ভূমিস্খলন হোৱাৰ বাবে ৰেল যোগাযোগ বন্ধ হোৱা বুলি জানিব পৰা হৈছে । যাৰবাবে ৰেল ষ্টেছনত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।
ভূমি বিবাদক কেন্দ্ৰ কৰি সত্ৰকণৰা ৬ নং ছিটত প্ৰচণ্ড মাৰপিট, আহত 5
সত্ৰকণৰা 6 নং ছিটত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা (Tension over fight in Barpeta)। এই মাৰপিটৰ ঘটনাত পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোকসকলৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।
পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়া
নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু আগ্ৰহ থাকিলে যিকোনো কামেই সম্ভৱ । এই কথা প্ৰমাণ কৰি দেখুৱালে ঝাৰখণ্ডৰ চাত্ৰাৰ এজন নিৰ্বাচনী বিষয়াই । শাৰীৰিক অসুস্থতা স্বত্বেও পত্নীৰ পিঠিত উঠি ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিল নিৰ্বাচনী বিষয়াগৰাকী (Polling officer reached booth riding on wifes shoulder) ।
২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ অংশ হোৱা মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেবে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ মানিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা (Manik Saha to be next Tripura CM) । কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল মানিক সাহাই ৷