Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট
ৰাজ্যত শিপা মেলিছে জেহাদী সংগঠনে (Jihadi in Assam)৷ ইতিমধ্যে চিনাক্ত কৰা হৈছে জেহাদীৰ তিনিটা গোট ৷ আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ৷
এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম: জিগনেশ মেৱানী
এইখন হিমন্ত বিশ্ব শৰ্মাৰ অসম নহয়, এইখন শংকৰদেৱৰ অসম ৷ অসমৰ বাৰেৰহনীয়া সংস্কৃতিক মই উদযাপন কৰোঁ (Jignesh Mevani says about Sankardev) ৷
President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী
ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিয়াব এই বাইক ৰেলী(Assam police bike rally on first may) ৷
ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ডিব্ৰুগড়ৰ জিলাৰ বকুল-জাপিসজীয়া বাইপাছত দেওবাৰে পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়(One killed in a road accident in Dibrugarh) ।
KAAC ELECTION 2022 : ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন
ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election 2022) ৷ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে প্ৰাৰ্থীসকল ৷