Assam Municipal Election 2022: কোনে মাৰিব শেষ হাঁহি?
আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগণনা(Municipal Election Results) ৷ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ সকলোৰে দৃষ্টি এতিয়া, কাৰ দখললৈ যাব পৌৰসভা(Municipal Election Results)...
Manipur Election 2022 : ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা
10 মাৰ্চত ঘোষণা কৰা হ’ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন (Manipur Election 2022) ৰ ফলাফল ৷ তাৰ পূৰ্বে যাতে মণিপুৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীসকলে আন দলসমূহ বিশেষকৈ বিজেপিৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে, তাৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে (Congress planning to keep candidates together to avoid poaching attempt) ৷
Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা
বুধবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ 80 খন পৌৰসভাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা (Municipal Election Results) ৷ টীয়ক পৌৰসভাত মিত্ৰজোঁটে মাৰিলে শেষ হাঁহি ৷
Assam Municipality Election Result 2022 : বিজেপিৰ দখলত চাবুৱা পৌৰসভা
বিজেপিৰ দখলত চাবুৱা পৌৰসভা (BJP wins at chabua municipality Election) । সমষ্টিটোৰ মুঠ 10 টা ৱাৰ্ডৰ ভিতৰত 8 টা ৱাৰ্ডেই বিজেপিয়ে দখল কৰাৰ বিপৰীতে অগপই লাভ কৰে মাত্ৰ 2 টা ৱাৰ্ড । উল্লেখ্য যে, চাবুৱা সমষ্টিটো অগপৰ পোনাকণ বৰুৱাৰ দখলত থকাৰ বিপৰীতে বিজেপিয়ে পৌৰসভাখন দখল কৰাত বিশেষ চৰ্চিত হৈছে ।
বিধায়কৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ধন
চাইবাৰ অপৰাধীৰ বলি হ’ল বিধায়ক ৰফিকুল ইছলাম (Hacker looted money from Assam MLA's bank account) । বিধায়কজনৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৯০ হাজাৰ টকা।