এইবাৰ আৰৱ সাগৰত সাতুৰিব এলভিছ আলী হাজৰিকাই
এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ(Elvis Ali Hazarika becomes first Assames) ।
সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী
ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে(Vice-Chairman of SITA Dipok Kumar Barthakur) বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।
কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়
শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটনিয়ানে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।
Police raid in Nagaon: দুৰ্নীতিগ্রস্ত কৰ পৰিদৰ্শকৰ অট্টালিকাত আৰক্ষীৰ অভিযান
দুৰ্নীতিগ্রস্ত GST পৰিদৰ্শকৰ বিশাল অট্টালিকাত আৰক্ষীৰ অভিযান (Police raid building of corrupt GST inspector)। নগাঁও আৰক্ষীৰ অভিযান দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাসগৃহত । বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি, ছীল মোহৰ ।
আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত
অৱশেষত নিশ্চিত হ’ল ৷ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ (Two girls from Guwahati joined ULFA-I) ৷ গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)লৈ যোৱাটো নিশ্চিত কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷