#Budget2022 : বাজেট সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
"কেন্দ্ৰীয় চৰকাৰৰ 2022-23 বৰ্ষৰ বাজেটে ৰাজ্যসমূহৰ অৰ্থনীতিলৈ আশাৰ সঞ্চাৰ আনিছে" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিক্ৰিয়া
সদনত বুধবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেট ২০২২-২৩ক আদৰণি ‘এৰিডা'(AREIDA)ৰ(Union Budget 2022 reactions) ৷ এই বাজেটৰ জৰিয়তে প্ৰত্যক্ষ কৰ বৃদ্ধি অবিহনে চৰকাৰৰ মূলধন ব্যয় ৩৫.৪ শতাংশৰ দ্বাৰা ৭.৫ লাখ কোটি টকা বৃদ্ধিৰ ফলত দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হ'ব বুলি মন্তব্য ‘এৰিডা'(AREIDA)ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাৰ ।
2022 Budget: শিক্ষাখণ্ডৰ পাঁচটা গুৰুত্বপূৰ্ণ Highlights
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে(Union Finance Minister Nirmala Sitharaman) তেওঁৰ বাজেট ভাষণত কয় যে, ক’ভিড-১৯ মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাত, বিশেষকৈ গ্ৰাম্য অঞ্চল, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিশু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিশুসকলে প্ৰায় ২ বছৰৰ আনুষ্ঠানিক শিক্ষা হেৰুৱাব লগা হৈছে ।
#Budget2022: দেশত GST সংগ্ৰহৰ অভিলেখ
জানুৱাৰী মাহত ভাৰতত জিএছটি সংগ্ৰহে অভিলেখ গঢ়িলে (Record collection of GST in the country)। জানুৱাৰীত জিএছটি সংগ্ৰহ হৈছে ১.৪০ লাখ কোটি টকা । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মতে জিএছটি ব্যৱস্থাত যথেষ্ট উন্নয়ন হৈছে যদিও বহু প্ৰত্যাহ্বান এতিয়াও আছে ।
Developmental projects in Guwahati: জন্মদিনৰ দিনাই মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ
মঙলবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ জু-তিনিআলিৰ দুইলেনযুক্ত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি জন্মদিনৰ দিনাই মহানগৰবাসীৰ বাবে বহুকেইটা প্ৰকল্প ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta biswa sarma announces various developmental projects in Guwahati) ৷