SIT submits report on Naga ambush : নাগালেণ্ডৰ গণহত্যাৰ সন্দৰ্ভত SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী
বিগত ৯ জানুৱাৰীত এছআইটিয়ে ৰাজ্য চৰকাৰক দাখিল কৰিছিল নগা সংঘৰ্ষৰ বিষয়ত যুগুত কৰা প্ৰতিবেদন (SIT submits report on Naga ambush) ৷ এই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ নগাৰ কেইবাটাও সামাজিক আৰু ছাত্ৰ সংগঠনে দাবী উত্থাপন কৰিছে ৷
ত্ৰিপুৰাক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সাজু চৰকাৰ
নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত ৰাখি প্ৰগতি আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে ত্ৰিপুৰাক গঢ়ি তুলিবলৈ আৰক্ষীক কঠোৰ ভূমিকা পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Tripura CM bats for drug free state) ৷ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৰী কৰিলে এই কথা ৷
ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে অসমৰ ক'ভিড পৰিস্থিতি
মাত্র এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ হাৰ প্রায় ৫ গুণলৈ বৃদ্ধি পাইছে (Covid cases increasing in Assam)। মঙলবাৰে ৰাজ্যখনত ২৮৩৭ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৮৭০ গৰাকী গুৱাহাটী মহানগৰীৰ । আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ । মঙলবাৰে ৰাজ্যখনত ৪৯,৮৪০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল ।
24 ঘণ্টাত ভাৰতত 1,94,720টা নতুন ক’ভিড-19 ৰ ঘটনা
ক’ভিড-19 ত আক্ৰান্ত হৈ 442 জনৰ মৃত্যুৰ লগতে বতৰ্মান ভাৰতত আক্ৰান্তৰ সংখ্যাই বিগত 24 ঘণ্টাত লাখৰ ঘৰ ছুইচেগৈ ৷
অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ
উৰুকাৰ নিশা সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হৈছে (Relaxation of curfew in Uruka night) ৷ SOP ৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী, অসমীয়া বিৰোধী আখ্যা মুখ্যমন্ত্ৰীৰ ৷