উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট
মঙলবাৰে দেশৰ 29 খন বিধানসভা আসন আৰু তিনিখন লোকসভা আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত ভোট গণনা হৈ যায় ৷ কংগ্ৰেছে ৩১ বছৰৰ পিছত মধ্য প্ৰদেশৰ ৰায়গাঁৱৰ পৰম্পৰাগত বিজেপি আসনখন নিজৰ দখললৈ অনাৰ লগতে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এটাকৈ আসন লাভ কৰে ।
ক'ভিড-১৯ৰ টীকাকৰণ নিম্ন হাৰত হোৱা জিলাৰ জিলা দণ্ডাধীশৰে আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ
সমগ্ৰ দেশতে বৰ্তমান ক'ভিড-১৯ৰ টীকাকৰণ(COVID-19 vaccination) অভিযান অব্যাহত আছে যদিও কেতবোৰ ৰাজ্যত এতিয়াও টীকাকৰণ অভিযান সফলভাৱে ৰূপায়িত হোৱা নাই । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ৪০ খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব ।
এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?
এইবাৰ ১২ গৰাকী খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা আৰু ৩৫ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব অৰ্জুন বঁটা । ১৩ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটাসমূহ ।
বলীউডৰ Bubbly Singer মোনালী ঠাকুৰলৈ ওপজা দিনৰ ওলগ...
36 বছৰীয়া হ’ল বলীউডৰ কণ্ঠশিল্পী মোনালী ঠাকুৰ(Monali Thakur) ৷ লাখ লাখ অনুৰাগী মোনালীৰ কণ্ঠৰ বাবে উন্মাদ । মোনালীলৈ জন্মদিনৰ শুভেচ্ছা...
কোকৰাঝাৰত SSB জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন মন্ত্ৰী নিত্যানন্দ ৰায়ৰ
মঙলবাৰে গৃহ মন্ত্ৰালয়ৰ আৱণ্টিত ধনেৰে নৱ-নিৰ্মিত কোকৰাঝাৰস্থিত এছ এছ বি(SSB) জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়(Nityanand Rai)ৰ ৷ লগতে নিঃস্বাৰ্থভাৱে কৰ্তব্য পালন কৰা এছ এছ বি জোৱানসকলৰো প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ৷