কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক
জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সু-খবৰ ৷ অচিৰেই অন্ত পৰাৰ দিশে মিল দুটাৰ দীৰ্ঘদিনীয়া সমস্যা ৷
বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে
বঙ্গাল-বঙ্গালনী নাটক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ড৹ প্ৰফুল্ল কুমাৰ নাথে ৷ ড৹ নাথে কয় য়ে, জ্ঞাতে বা অজ্ঞাতে কিবা ভুল হ’ব পাৰে ।
কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা ৷ শেহতীয়াকৈ অসমৰ প্ৰায় প্ৰতিখন জিলাতে সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী !
জাঁজীমুখত বন্যহস্তীৰ জাকে তচনচ কৰিলে ঘৰ-ভেটি
টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডৱে(Wild Elephant Terror) আতংকিত কৰি তুলিছে ৰাইজক ৷ বানে গৰকা জাঁজীমুখৰ বৰ মথাউৰিত বন্যহস্তীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰিছে জনজীৱন ।
নাহৰকটীয়াত ৩৫ বছৰেও মুকলি নহ'ল ৩০ খন বিচনাযুক্ত চিকিৎসালয়
চৰকাৰ গ’ল, চৰকাৰ আহিল ৷ নতুন চৰকাৰ গঠন হ’ল ৷ কিন্তু বিগত 35 বছৰ ধৰি চিকিৎসা সেৱা আৰম্ভ নহ’ল এখন চৰকাৰী চিকিৎসালয়ত ৷