ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস
প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তন ইয়াত বসবাস কৰা জীৱকুলৰ বাবে হৈ পৰিছে বিপদজনক ৷ বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে বৰ্ধিত সমস্যাসমূহে বহু বন্যপ্ৰাণী প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমাৎ নিশ্চিহ্ন হ’বলৈ ধৰিছে ৷
লখিমপুৰত আৰক্ষীৰ গুলীচালনাত আহত ডকাইত
লখিমপুৰত পুনৰ আৰক্ষীৰ গুলীত আহত হ’ল ডকাইত ৷ জিলাখনত এয়া আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা ৷
লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন
বৰ্তমানলৈকে যদিও ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই, তথাপিও এই নিৰ্বাচনক কেন্দ্ৰ কৰি উঠিপৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল ৷
অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত : প্ৰণিত হ’ব আইন
অসম চুক্তিৰ ষষ্ঠ অনুসূচী কাৰ্যকৰী হোৱালৈ হয়তো আৰু বেছি দিন নাই । অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনক আধাৰ হিচাবে লৈ প্ৰণিত হ'ব আইন ।
টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতি
ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ ৰাজ্যৰ প্ৰায় 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক সম্প্ৰতি পৰিছে বানৰ কবলত ৷ বৰ্তমানলৈকে বানত মৃত্য়ু হৈছে প্ৰায় 5 গৰাকী লোকৰ ৷