বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা
ইটোৰ পিছত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ এইবাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পহু খেদা খালে বিতৰ্কিত অধ্যক্ষা গৰাকীয়ে ৷
বিজেপিৰ DNA ত আছে হিটলাৰী ফেচিবাদ : কংগ্ৰেছ
অপৰাধ নিয়ন্ত্ৰণৰ নামত ৰাজ্যত হঠাত্ বৃদ্ধি পোৱা এনকাউণ্টাৰ (Encounter) ৰ ঘটনাক লৈ সন্দেহ ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে । ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী-ফেচিবাদী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ অভিযোগ
শুকুৰবাৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ৷ এমাহৰ ভিতৰত কাৰ্যালয়টোৰ অৰাজকতা দূৰ কৰিবলৈ লাট মণ্ডলক সকীয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷
দুৰ্বল মথাউৰিয়ে আশংকা মাতিছে শিৱসাগৰবাসীলৈ
শিৱসাগৰৰ দিখৌমুখত দুৰ্বল মথাউৰিয়ে শংকিত কৰিছে 23 খনকৈ গাঁৱৰ ৰাইজক ৷ 2013 বৰ্ষতে 1 কোটি 76 লাখ টকাৰে নিৰ্মাণ কৰা কোটি টকীয়া জিঅ' বেগ নিশ্চিহ্ন হোৱাত দুৰ্বল মথাউৰিটো ভাগি পৰাৰ আশংকা কৰিছে স্থানীয় লোকে ৷
জুলাইৰ ভিতৰত ৯০ হাজাৰ পৰিয়ালে লাভ কৰিব খোৱা পানীৰ সংযোগ
জল জীৱন মিছনৰ (jal jiban mission) সৈতে জড়িত বিষয়াসকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সকলৰ সৈতে বৈঠক মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ । জলজীৱন মিছনৰ অধীনৰ আঁচনি সমূহৰ ৰূপায়ণৰ কাম অধিক তৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ ।