অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা
ৰাজ্যৰ সহস্ৰাধিক গাঁৱত নাই ইণ্টাৰনেটৰ সেৱা । ইয়াৰে বহুতেই নাজানে ইণ্টাৰনেটৰ ব্যৱহাৰ । তদুপৰি কৰ'ণাকালীন পৰিস্থিতিত শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় ৷ গ্ৰামাঞ্চলত অসাৰ অনলাইন শিক্ষা ব্যৱস্থা আৰু অধিকাংশ লোকৰে নাই স্মাৰ্ট ফোন ।
চৰাইদেউত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ
চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰীত কাকতিবাৰী আৰক্ষী(Kakotibari police)য়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰাসহ আটক এজন
আন্তৰ্জাতিক চক্ৰৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বেহা চলোৱা এগৰাকী ব্যৱসায়ীক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ৷ অভিযানটোত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেটৰ সৈতে উদ্ধাৰ কৰিলে বাংলাদেশী ধন ৷
খহনীয়াৰ কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল
বাৰিষাৰ আগমনৰ লগে লগে সমগ্ৰ অসমতে চৰ্চিত বিষয়টো হৈছে বান-খহনীয়া ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলা ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন নৈপৰীয়া অঞ্চলত গৰাখহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷
COVAXIN ৰ দ্বিতীয় পালিৰ বাবে বিশেষ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ
COVAXIN ৰ দ্বিতীয় পালি টীকাকৰণ(Vaccine) প্ৰদানৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জিলাখনত ৭ মে’ত ক’ভেক্সিনৰ প্ৰথম পালি টীকাকৰণ(Vaccine) গ্ৰহণ কৰা ১৮-৪৪ বয়সৰ নাগৰিকক প্ৰদান কৰা হ’ব COVAXIN ৰ দ্বিতীয় পালি টীকা(Vaccine) ৷