Russia Ukraine Conflict : ২৪০ গৰাকী নাগৰিকৰ সৈতে হাংগেৰীৰ পৰা দিল্লীলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান
ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটৰ মাজতে (Russia Ukraine Conflict) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
কলিয়াবৰৰ আমবাগান ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত মটৰচাইকে আৰোহী ৷
UP Fifth phase polling : 11 বজালৈ 21.39 শতাংশ ভোটগ্ৰহণ
পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ১২ খন জিলাৰ ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰায় ২.২৪ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬৯২ গৰাকী প্ৰাৰ্থীৰ ।
কাজিৰঙাৰ কঁহৰা বনাঞ্চলত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাফাৰী
কাজিৰঙাৰ কহঁৰা বনাঞ্চলত দেওবাৰে পুৱা হাতী চাফাৰী আৰু জীপ চাফাৰী উপভোগ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Kovind visited the Kaziranga National Park) ৷
UP Fifth phase polling : পুৱা ৯ বজালৈ ৮.০২ শতাংশ ভোটগ্ৰহণ