Manipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ
মণিপুৰৰ বিধানসভাৰ দখলৰ লক্ষ্যৰে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে উৰা মাৰে অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বুধবাৰে পুৱা উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা(Assam Chief Secretary Jishnu Barua) আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(Director General of Police Bhaskar Jyoti Mahanta) ।
Municipal Election 2022: ধেমাজিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে ধেমাজি পৌৰসভাৰ ১০ টা ৱাৰ্ডত কেইবাটাও নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷
প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰীৰ শেষ নিশ্বাস ত্যাগ
দীৰ্ঘদিন অসুস্থ হৈ থকা বিজনলাল চৌধুৰী পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল ৷ স্মৃতিভ্ৰম ৰোগত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷
শিৱসাগৰত পথ দুৰ্ঘটনা থিতাতে নিহত 1 জন: আহত 10 জন
শিৱসাগৰৰ হালোৱাটিঙত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(One killed in Road accident at Sivasagar) ৷