Ukraine-Russia tensions: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে অসম পালেহি ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰ
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল(Russia-Ukraine crisis continues)। দুয়োখন দেশৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস(Tense between Russia and Ukraine) ৷
Eviction drive in Kaziranga animal corridors: ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই
কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ ৰাইজে উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে কলিয়াবৰৰ ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ (Protest over eviction drive in Kaziranga animal corridors)৷
Tripura Police Raid: ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল
নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছে ত্ৰিপুৰা আৰক্ষীয়ে (Tripura police raid against drugs)। ইয়াৰ মাজতে ৰংগুটিয়া গাঁৱত আৰক্ষীৰ অভিযান । জব্দ নিচাজাতীয় টেবলেট, বিদেশী সুৰা, নগদ ধন আৰু পিষ্টল । ঘটনা সন্দৰ্ভত আটক দুজন ।
Illegal Cattle Smuggling: জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন
ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷
Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু
মহানগৰীত শেহতীয়াভাৱে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । গুৱাহাটীৰ বৰবাৰীত সোমবাৰৰ পুৱা এজন ব্যৱসায়ীক ছুৰীকাঘাট কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই নিশা মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা (Businessman shot dead in Guwahati) ৷