UP third phase polls : ৯ বজালৈ ৮.১৯ শতাংশ ভোটদান
দেওবাৰে পুৱাৰে পৰা চলিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (UP third phase polls)। ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে ।
UP election 2022: কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ
উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ (UP election 2022)। কানপুৰৰ এটা ভোটকেন্দ্ৰৰ EVMত বিসংগতি থকাৰ অভিযোগ সমাজবাদী পাৰ্টিৰ । নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো তদন্তৰ দাবী ।
এইবাৰ আৰৱ সাগৰত সাতুৰিব এলভিছ আলী হাজৰিকাই
এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ(Elvis Ali Hazarika becomes first Assames) ।
সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী
ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে(Vice-Chairman of SITA Dipok Kumar Barthakur) বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।
কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়
শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটনিয়ানে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।