Regular power supply : ৩ বছৰত অসমত ২৪ ঘন্টাই নিয়মীয়া হ’ব বিদ্যুৎ
ৰাজ্যত ৩ বছৰৰ ভিতৰত ২৪ ঘন্টাই নিয়মীয়া হ'ব বিদ্যুৎ(Regular power supply in Assam) ৷ পল্টনবজাৰৰ বিজুলী ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা ৷
মহাকাশলৈ সফলভাৱে উৎক্ষেপন বছৰৰ প্ৰথমটো ৰাডাৰ ইমেজনিং উপগ্ৰহ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছ’ৰ) সোমবাৰে উৎক্ষেপন কৰে বছৰৰ প্ৰথমটো উপগ্ৰহ পি এছ এল ভি-চি 52(PSLV-C 52) ৷ এই উপগ্ৰহটোৱে যিকোনো পৰিস্থিতিত মহাকাশৰ পৰা পৃথিৱীৰ উচ্চ মানদণ্ডৰ ফটো তুলি প্ৰেৰণ কৰিব পাৰিব ৷
তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়
প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দেওবাৰে উত্তাল হৈ পৰে ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয় । বিজেপিৰ বন্ধ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা বিজেপিৰ সভাপতিৰ বাসগৃহ ঘেৰাও ক্ষুদ্ধ তৃণমূল কৰ্মীৰ ৷ নিৰ্বাচনত যোগ্য প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে কংগ্ৰেছক সমৰ্থনৰ হুংকাৰ বিজেপি কৰ্মীৰ (BJP workers protest to want preferred candidate)।
ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা উগ্ৰপন্থীয়ে মুকলি কৰি দিলে টিংখাঙৰ হীৰেন কোঁচক
পাঁচজনীয়া উগ্ৰপন্থীৰ দলে অপহৰণ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰ এটা বস্তি অঞ্চলত আৱদ্ধ কৰি ৰাখিছিল টিংখাঙৰ হীৰেন কোঁচক (Kidnapped Assam man Hiren Koch) ৷ অৱশেষত আৰক্ষীয়ে পৰিয়ালৰ হাতত চমজাই দিলে হীৰেন কোঁচক ৷
Asam Sahitya Sabha goes digital: ডিজিটেল হ’ল অসম সাহিত্য সভা
এতিয়াৰে পৰা ডিজিটেল হল অসম সাহিত্য সভা (Assam Sahitya Sabha to operate digitally from now) । ডিজিটেল গ্ৰন্থকোষ, ইউটিউব চেনেল, পডকাষ্টৰ সৈতে ন-ৰূপত অসম সাহিত্য সভা ৷