চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ
ৰাজহুৱাভাৱে এটা ব্যাক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকক চিৰাঙৰ বাসুগাঁৱত এজন আৰক্ষী জোৱানে প্ৰহাৰ কৰাৰ ঘটনাক লৈ উত্তপ্ত হৈছে ৰাজ্য (Controversy over Police thrashed journalist in Public) ৷
ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !
কংগ্ৰেছ শাসন কালত ৰাজীৱ ভৱন সমূহৰ আছিল বিশেষ গুৰুত্ব ৷ পিছে এতিয়া ৰাজীৱ ভৱনলৈ নাযায় নেতা, কৰ্মী, সমৰ্থক ৷ এনে সময়তে, বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দেখা গ’ল এক বিশেষ দৃশ্য ৷
বিজেপি বিধায়কৰ পদত্যাগ : চিন্তিত নহয় ৰাজ্যিক বিজেপিৰ সভাপতি
সোমবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰিছিল ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই (Two BJP MLAs in Tripura resigns from MLAship ) ৷
By Election 2022 : কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?
উপনিৰ্বাচনক লৈ মাজুলীত বলিছে গৰম বতাহ (By Election in Majuli) ৷ কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী ৷ কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?
Avalanche hits Arunachal : অৰুণাচলৰ হিমস্খলনত আবদ্ধ ৭ গৰাকীকৈ ভাৰতীয় সেনা জোৱান
অৰুণাচলৰ কামেং চেক্টৰত ৬ ফেব্ৰুৱাৰীত ভয়ংকৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছে (Avalanche in Arunachal Pradesh)। হিমস্খলনৰ পাছতে সন্ধানহীন ভাৰতীয় সেনাৰ ৭ গৰাকীকৈ জোৱান । জোৱানসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।