ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে
যশস্বী কথক শিল্পী পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান (Kathak dancer Pandit Birju Maharaj passed away)৷ ভাৰতীয় কলা-সংস্কৃতিৰ জগত উকা কৰি 83 বছৰ বয়ত দিল্লীস্থিত নিজা বাসভৱনত দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰে বিৰ্জু মহাৰাজে ৷ বিভিন্নজনৰ শোক প্ৰকাশ ৷
Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী
বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷
সোণাৰিত চৰাইদেউ জিলা নিখিল বড়ো ছাত্র সন্থাৰ ৰূপালী জয়ন্তী উদযাপন
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী অনুষ্ঠান । অনুষ্ঠানৰ অন্তিম দিনা উপস্থিত থাকিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ (BTC Chief Pramod Boro at Sonari) ৷
‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য
শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত নৃশংস হত্যাকাণ্ড (Brutal murder in Sonitpur)৷ মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে পত্নীক ৷ কণমানি পুত্ৰৰ সমুখতেই মাতৃক হত্যা ৷
জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ
আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prashad Agawala ) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷