পূজাৰ বতৰত ৰাইজ বঞ্চিত হ’ব নেকি বিদ্যুৎ সেৱাৰ পৰা !
সোমবাৰে অসম শক্তি বিতৰণ কোম্পানীয়ে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ সোমবাৰে এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷
কেনেকৈ কিনিব কাপোৰ ! ছীল হ’ল Vishal Mega Mart
পূজাৰ পূৰ্বে বিশ্বনাথৰ বিশাল মেগা মাৰ্ট ছীল কৰি দিয়ে প্ৰশাসনে ৷ কিন্তু কিয় বিশালত ওলমিল প্ৰশাসনৰ তলা ?
ধেমাজিত নিস্তেজ পৰিৱেশৰ মাজতে উদযাপন মহা সপ্তমীৰ পূজা
ঢাক-ঢোলৰ লগতে মহা সপ্তমীৰ দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ ৷ ধেমাজিৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷
পূজা চাবলৈ শিলচৰ পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মহা সপ্তমী(Maha Saptami)ৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ(Kanchakanti Temple)ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷
মহাষষ্ঠীৰ নিশা পূজা মণ্ডপত সোমাল বাহন
কলিয়াবৰত পূজাৰ মণ্ডপতে সোমাল এখন বাহন ৷ আৰক্ষী-প্ৰশাসনৰ পূজাথলীত উপস্থিত থকাৰ পিছতো কেনেদৰে বাহনখন পূজাল সোমাল ?