অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত
ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকত মঙলবাৰে সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনাৰ খলনায়ক আৰক্ষীৰ জালত ৷
ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত
কভিড কেন্দ্ৰীক দীঘলীয়া লকডাউনৰ সময়তো অসমত অব্যাহত আছিল নাৰীৰ বিৰুদ্ধে অপৰাধ । মঙলবাৰে প্ৰকাশিত হৈছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ 'ক্ৰাইম ৰেকৰ্ড ২০২০' ৰ তথ্যই পোহৰলৈ আনিছে এই তথ্য ।
গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ
মহানগৰীৰ বিভিন্ন স্থানত চলোৱা অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ । ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৬ জন সুৰাপায়ীৰ পৰা ১৪ হাজাৰ টকা জৰিমনা আদায় ৷
চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই : নীতিন গাডকাৰী
সমগ্ৰ বিশ্বই বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতক অনুসৰণ কৰি আছে । চৰকাৰে 'আত্ম নিৰ্ভৰ' উদ্যোগৰ অধীনত যুৱসমাজক উৎসাহিত আৰু সমৰ্থন কৰি আছে ।
2021ৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী আৰু মমতা
2021 বৰ্ষৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ 100 জনৰ ভিতৰত নাম সন্নিৱিষ্ট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মমতা বেনাৰ্জী আৰু আদৰ পুনাৱালাৰ