মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত
চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মৰাণ মহাবিদ্যালয় চৌহদ ৷
তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ
সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷
সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ
আগৰতলাত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷
দূর্গা পূজাৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ হ’ব ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান
যোৰহাটৰ আই এছ বিটিত যাত্ৰীৰ বাবে ভেকচিন কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে । শাৰদীয় দূর্গা পূজাৰ আগতে ৰাজ্যত ক’ভিড ভেকচিন প্ৰথম ড’জ প্ৰদান কাৰ্য সম্পূৰ্ণ হ’ব ।
বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত
মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহক আৰক্ষীয়ে আটক কৰিলে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷