তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি
ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষই চলিত বছৰত তিনিটা পৰ্যায়ত লোক আদালতৰ আয়োজন কৰিছে । পূৰ্বৰ দুটা পৰ্যায়ত ১১.৯৩ লাখৰো অধিক প্ৰাক মোকৰ্দমা গোচৰ আৰু ১৯.৯৭ লাখৰো অধিক অমীমাংসিত গোচৰ নিষ্পত্তি কৰা হৈছিল ।
অসমক লৈ মিছন আছে : সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত সৰ্বানন্দ সোণোৱাল ৷ সকলোৰে মংগল কামনাৰে গুৰুৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ
বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আব্দুল মুহিব মজুমদাৰ ৷ তেওঁক উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ৷ বৰ্তমান তেওঁক আই চি ইউত ৰখা হৈছে ৷
অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্রী পীযুষ হাজৰিকা
জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ ৷ ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত হোৱা টেবুল টেনিছ সন্থাৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি
নিমাতীঘাটৰ শিহৰণকাৰী নাও দুৰ্ঘটনা সন্দৰ্ভত বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ মাজুলীৰ দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে বুলি কেতবোৰ বিস্ফোৰক মন্তব্য জুৰি বৰা বৰগোহাঞিৰ ৷